আমাৰ বিষয়ে
লেংডন হৈছে এক স্বাধীন পৰ্টেল য’ত সমাজ,সংস্কৃতি আৰু শিক্ষাক উদ্দেশ্য হিচাপে লৈ আগবাঢ়িযোৱা হ’ব। সমাজৰ বিভিন্ন সমস্যা, জাতি-জনগোষ্ঠীসমূহৰ বিবিধ সংস্কৃতি আৰু শিক্ষাব্যৱস্থাৰ বিষয়ে উন্মোচন কৰিবলৈ লেংডন প্রতিষ্ঠাকৰা হৈছে। লেংডনৰ দ্বাৰা বিভিন্ন ব্যক্তিৰ জীৱনৰসংঘাত, পৰিশ্ৰম, সফলতাৰ বিষয়ে অৱগত কৰাবৰ বাবে তেওঁলোকৰ সাক্ষাৎকাৰ লোৱা হ’ব৷লেংডন ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী আৰু স্বেচ্ছাসেৱী ন্যাসৰ উদ্যোগত লেংডন নামৰবাতৰিকাকত আৰু লেংডন পৰ্টেলৰ জন্ম হৈছে।
লেংডন ফাউণ্ডেশ্যনৰ লগতে লেংডন বাতৰিকাকতআৰু আৰু লেংডন পৰ্টেলৰ লক্ষ্য উদ্দেশ্য আৰু কাৰ্যসূচীসমূহ হৈছে –
লেংডনৰ লক্ষ্য উদ্দেশ্য –
১) লেংডন হ’ল এক সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক বেচৰকাৰী স্বেচ্ছাসেৱী ন্যাস।
২) লেংডনৰ জৰিয়তে অসমত বাস কৰা সকলো জাতি, ধর্ম-বর্ণ নির্বিশেষকে সামৰি লোৱা হৈছে।
৩) ইয়াৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায়-
সহযোগিতা আগবঢ়োৱা হয়।